
- কামপুৰ কচুৱাত ডাম্পাৰৰ দৌৰাত্ম্য।
- কচুৱা বৈঠালাংচু সংযোগী পথৰ ৰমনীপথাৰত কন্যাৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত চিন্ন-বিছিন্ন হৈ গ’ল চাইকেল আৰোহী ।
- থিতাতে নিহত হয় চাইকেল আৰোহী জন ।
- নিহত লোকজন বালিজুৰিৰ জয়নাল উদ্দিন ৷
- দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ সহ চালকজনক আৰক্ষীয়ে আটক কৰে।
- দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ AS02BC-4930।
ইনপুট ক্ৰেডিটঃ মাধৱ ভূঞা