Breaking: হাজো নলবাৰী পথৰ চৌধুৰীপাৰাত পথ দুৰ্ঘটনা; থিতাতে নিহত বাইক আৰোহী

বাইকখনৰ নম্বৰ AS 01 D A 8332

0
43

হাজো নলবাৰী পথৰ চৌধুৰীপাৰাত পথ দুৰ্ঘটনা। থিতাতে নিহত এজন বাইক আৰোহী। বাইকখনৰ নম্বৰ AS 01 D A 8332 । নিহত লোকজন মুনিন ভট্ট বুলি চিনাক্ত।

মুনিন ভট্টৰ ঘৰ বৰভাগৰ ভানুকুচিত। মুনিন ভট্ট পিপকো ডিলাৰৰ কৰ্মচাৰী। লোকজনক এখন চাৰিচকীয়া বাহনে খুণ্ডিয়াই পলাই যায়।

Photo Credit:@hirakdeka