23 C
Guwahati
Saturday, January 15, 2022
More

    চিটি বাছৰ দৌৰাত্ম্য, কোনোমতে পেটে ভাতে খাই থকা মুনিম বৰাৰ অকাল মৃত্যু

    চিটি বাছৰ দৌৰাত্ম্য, কোনোমতে পেটে ভাতে খাই থকা মুনিম বৰাৰ অকাল মৃত্যু। গুৱাহাটী মহানগৰীৰ পাণ্ডু বজাৰত এই ভয়ংকৰ পথ দুঘটনাটো সংঘটিত হৈছে।

    চিটি বাছৰ খুন্দাত থিতাতে মৃত্যু কোনোমতে পেটে ভাতে খাই জীৱিকা নিৰ্বাহ কৰি থকা এজন ৰিক্সা চালকৰ। বাছখন চালকৰ পৰিৱৰ্তে হেণ্ডিমেনে চলাই অহা বুলি জানিব পৰা গৈছে।

    দূৰ্ঘটনাৰ পিছতেই উত্তেজনাই বিৰাজ কৰে ঘটনাস্থলীত। জালুকবাৰী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
    মৃত্যু হোৱা ৰিক্সা চালকজনৰ নাম মুনিম বৰা বুলি জানিব পৰা গৈছে।

    আৰু পঢ়ক : ভয়ংকৰ দুৰ্ঘটনা! স্কুটীসহ উফৰি পৰিল দুজন, কৰুণ মৃত্যুক সাৱটিলে এজনে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং