১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰে ৫ জনৰ কৰুণ মৃত্যু

0
5781
১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰে ৫ জনৰ কৰুণ

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰে ৫ জনৰ কৰুণ মৃত্যু। ইয়াৰ উপৰিও আ দুজন লোকো গুৰুতৰভৱে আহত হৈছে এই দুৰ্ঘটনাটোৰ ফলত।

গোৱালপাৰাৰ বলবলা গধাবৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ ।

একেটা পৰিয়ালৰ পাজ জন কৈ লোক নিহত। নিহত পাঁচজন ক্ৰমে আব্দুৰ ৰহিম, ছবুৰা খাতুন, নাজমা খাতুন, ছোহেইল ৰহমান, আৰু জহেল ৰহমান ।

গুৰুত্বৰ বাবে আঘাতপ্ৰাপ্ত হোৱা দুজনকৈ লোকৰ এজনৰ হে পৰিচয় উদ্ধাৰ আনোৱাৰ হুছেইন। দুয়োজনকে ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ।

Input and Photo- Manzur Alom

আৰু পঢ়ক : ক’লা ল’ৰাৰ মৃত্যৰ দুৰ্ঘটনাৰ সৈতে জড়িত নেকি ৰাজকন্যা! সামাজিক মাধ্যমত ভাইৰেল স্পষ্টীকৰণ…