26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মিনি ট্ৰাক – ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ, থিতাতে প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই, ৫জনৰ অৱস্থা সংকটজনক

    মিনি ট্ৰাক আৰু এখন ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ। যাৰ ফলত থিতাতে প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। আনহাতে ৫জন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

    ধুবুৰী জিলাৰ গৌৰীপুৰৰ তাৰঘাটত এই ভয়ংকৰ পথ দূৰ্ঘটনাটো সংঘটিত হয় ৷ AS 09 C / 8351 নম্বৰৰ মিনি ট্ৰাক আৰু ই ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷

    গুৰুতৰভাৱে ভাৱে আহত হোৱা কেউজনকে গৌৰীপুৰ আৰক্ষীয়ে ততাতৈয়াকৈ উদ্ধাৰ কৰি নিকট হাস্পতালত ভৰ্তি কৰোৱাই যদিও অৱস্থা সংকটজনক হোৱাত পিছত উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

    আনাহাতে নিহত মহিলা গৰাকী ধুবুৰী কালাহাটৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷

    Input – AMINUR AHMED

    আৰু পঢ়ক : তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা, আটক কৰিলে ১৩ জনকৈ ডকাইত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং