23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অবৈধ কাঠ পৰিবাহী ট্ৰাকে মহতিয়াই নিলে এজনী ৫ বছৰীয়া কণমানিক

    অবৈধ কাঠ পৰিবাহী ট্ৰাকে মহতিয়াই নিলে এজনী ৫ বছৰীয়া কণমানিক। দেৰগাৱঁৰ নপমুৱাত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

    অবৈধ কাঠ পৰিবাহী ডি আই গাড়ীয়ে মহতিয়াই নিলে এজনী কণমানি ৫ বছৰীয়া ছোৱালীক। সংকটজনক অৱস্থাত কণমানি কন্যা শিশুটিক যোৰহাট চিকিৎসালয়লৈ প্ৰেৰণ ।

    এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে ঘটনাস্থলী। দেৰগাওঁ বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ।

    বন বিভাগৰ আৰ্শীবাদত দিনে-নিশাই দেৰগাৱঁত অবৈধ কাঠৰ গাড়ী চলাৰ অভিযোগ দেৰগাওঁ আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে AS 01 DD 8184 নম্বৰৰ ডি আই বাহনখন । পিছে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছে গাড়ী চালকে।

    Input and Photo – Abhijit Bora

    আৰু পঢ়ক : অৱশেষত সিদ্ধান্ত, পুনৰ পিছুৱালে মেট্ৰিক পৰীক্ষা, জনালে ছেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং