27 C
Guwahati
Sunday, May 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দ্ৰুত বেগী ট্ৰেইলাৰে মহতিয়াই লৈ গ’ল বাইকেৰে আহি থকা চাইদুৰ ৰহমানক

    দ্ৰুত বেগী ট্ৰেইলাৰে মহতিয়াই লৈ গ’ল বাইকেৰে আহি থকা চাইদুৰ ৰহমানক

    মঙলবাৰে নিশা ৰঙিয়া চহৰৰ সমীপৰ উদিয়ানাত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় য’ত এগৰাকী লোকে ঘটনাস্থলতে মৃত্যুবৰণ কৰে।

    জানিব পৰা মতে এখন তীব্ৰ বেগত অহা ট্ৰেইলাৰে বাইকেৰে আহি থকা এজন আৰোহীক খুন্দিয়াই।

    এই ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে মৃত্যু হোৱা বাইক আৰোহীজন চাইদুৰ ৰহমান বুলি জানিব পৰা গৈছে।

    নিহত চাইদুৰৰ ঘৰ উদিয়ানাত।

    ইফালে এই ঘটনা সংঘটিত কৰা ট্ৰেইলাৰখনে ঘটনাস্থলৰ পৰা পলায়ন কৰে।

    অৱশ্যে কিছু সময় পিছত ঘটনাস্থলত স্থানীয় আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।  

    ইনপুট : তৃষ্ণা দাস

    আৰু পঢ়ক : গহপুৰত কভিডৰ ভয়ংকৰ ৰূপ; চিকিৎসক, চিকিৎসা কৰ্মীৰ দেহত কভিড-১৯

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং