29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰুণ! ট্ৰাক আৰু টেম্প’ৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত কিশোৰী

    মৃত ৰফিকা খাতুনৰ ঘৰ লক্ষীগঞ্জত। দুৰ্ঘটনাটোত আহত আন কেবাগৰাকী টেম্প'খনৰ যাত্ৰী। ঘটনাস্থলীত উপস্থিত বগৰীবাৰী আৰক্ষী

    বিলাসীপাৰাৰ মাক্ৰীঝোৰাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

    ট্ৰাক আৰু টেম্প’ৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এগৰাকী কিশোৰী।

    নিহত কিশোৰীগৰাকীৰ নাম ৰফিকা খাতুন বুলি জানিব পৰা গৈছে।

    মৃত ৰফিকা খাতুনৰ ঘৰ লক্ষীগঞ্জত। দুৰ্ঘটনাটোত আহত আন কেবাগৰাকী টেম্প’খনৰ যাত্ৰী।

    ঘটনাস্থলীত উপস্থিত বগৰীবাৰী আৰক্ষী।

    দুৰ্ঘটনাটোত নিহত কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

    স্থানীয় ৰাইজৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

    দুৰ্ঘটনাত পতিত টেম্প’খনৰ নম্বৰ AS17C – 3017 আৰু ট্ৰাক খনৰ নম্বৰ NL 01 AB – 4638 ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।