24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দল গঠন হৈছিলহে মাত্ৰ! পুনৰ একাংশই পদত্যাগ কৰিলে অসম জাতীয় পৰিষদ

    দল গঠন হৈছিলহে মাত্ৰ! পুনৰ একাংশই পদত্যাগ কৰিলে অসম জাতীয় পৰিষদ

    যমুনামুখ সমষ্টিত AJP ত ব্যাপক খহনীয়া।

    যমুনামুখ সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্রার্থী বদৰুল হ’কৰ ওপৰত ক্ষোভিত হৈ ১৪ জনৰ AJP ৰ পৰা পদত্যাগ।

    আজি নীলবাগানত যমুনামুখ সমষ্টিৰ এজেপিৰ ১৪ জনীয়া এটা দলে সংবাদ মেল সম্বোধন কৰি পদত্যাগ কৰে।

    যমুনামুখ সমষ্টিৰ এজেপিৰ প্রার্থী বদৰুল হক আৰু এজেপি হোজাই জিলা সমিতিৰ ওপৰত ক্ষোভিত হৈ পদত্যাগ কৰে।

    দলীয় কর্মী গুৰুত্ব নিদিয়াৰ অভিযোগ বদৰুল হকৰ বিৰুদ্ধে।

    যমুনামুখ সমষ্টিৰ এজেপিৰ প্ৰতিষ্ঠাপক মূখ্য আহ্বায়ক সমিতিৰ চিৰাজুদ্দিনৰ নেতৃত্বত ১৪ জনৰ পদত্যাগ ।

    আৰু পঢ়ক : বলীউডৰ তাৰকাৰ লগত অসমৰ আইতাঃ আযুষ্মান খুৰানাৰ আহিবলগীয়া ছবিত অভিনয় কৰিছে গুৱাহাটীৰ এগৰাকী ১০২ বছৰীয়া আইতাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং