29 C
Guwahati
Monday, September 20, 2021
More

    কৰ’ণা প্ৰতিষেধকৰ ক’লাবজাৰঃ OLX ত ছয় হাজাৰ টকাত উপলব্ধ কৰ’ণাৰ প্ৰতিষেধক

    কৰ’ণা প্ৰতিষেধকৰ ক’লাবজাৰঃ OLX ত ছয় হাজাৰ টকাত উপলব্ধ কৰ’ণাৰ প্ৰতিষেধক

    দেশজুৰি কৰ’ণাৰ দ্ৰুতগতিত সংক্ৰমণ। প্ৰতিদিনে কৰ’ণাই ভয়াবহ ৰূপ লোৱাত আতংকিত হৈছে দেশবাসী।

    ইয়াৰ সমান্তৰালকে কৰ’ণা প্ৰতিষেধকৰ ক’লাবজাৰৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। কৰ’ণাৰ প্ৰতিষেধক ৰেমডেসিৱিৰ অ’এল এক্সত উপলব্ধ হৈছে।অনলাইন সামগ্ৰী বিক্ৰী কৰিব পৰা এপ্পটোত কোনো দুষ্ট চক্ৰই কৰ’ণাৰ ভেকচিন ৰেমডেসিৱিৰ ৬০০০ টকাত বিক্ৰী কৰা আৰম্ভ কৰিছে।

    আনকি বহু লোকে এই ভেকচিন অৰ্ডাৰ কৰি ক্ৰয় কৰাৰ কথাও জানিবলৈ পৰা গৈছে। ৱেবছাইটটোত এই ভেকচিনটো প্ৰকৃত মূল্যতকৈ অধিক দামত বিক্ৰী কৰিছে।

    সম্প্ৰতি মধ্য প্ৰদেশ আৰক্ষীয়ে এনেদৰে ৰেমডেসিৱিৰ ভেকচিন অবাধে বিক্ৰী কৰা এখন মেডিকেল শ্বপৰ মালিকৰ সৈতে দুগৰাকী অন্য লোকক আটক কৰিছে। এই ভেকচিনটো ২০,০০০ টকা মূল্যক বিক্ৰীৰ বাবে চেষ্টা চলাইছিল মেডিকেল ষ্টোৰখনত

    আৰু পঢ়ক : লাভ জেহাদঃ প্ৰকৃত পৰিচয় লুকুৱাই হিন্দু ধৰ্মৰ যুৱতীক বিয়া কৰালে মুছলমান সম্প্ৰদায়ৰ যুৱকে, দুবছৰৰ পিছতহে পোহৰলৈ আহিল প্ৰকৃত পৰিচয়

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং