26 C
Guwahati
Sunday, August 14, 2022
More

    NRC প্ৰকাশ পাবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত, সাজু প্ৰতিটো NRC সেৱা কেন্দ্ৰ

    ১০ বজাৰ লগে লগে NRC তালিকা প্ৰকাশ কৰিবলৈ সাজু বিষয়া-কৰ্মচাৰী, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ আছে আৰক্ষী তথা প্ৰশাসনৰ লোকো।

    সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই অৱশেষত আৰু কেইটামান মিনিটৰ পিছতে প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। ১০ বজাৰ লগে লগে NRC তালিকা প্ৰকাশ কৰিবলৈ সাজু বিষয়া-কৰ্মচাৰী, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ আছে আৰক্ষী তথা প্ৰশাসনৰ লোকো।

    ধুবুৰীৰ বিলাসীপাৰা পৌৰসভাৰ কাৰ্যালয়ৰ দৃশ্য এয়া
    দলগাঁও এন আৰ চি সেৱা কেন্দ্ৰত সাজু বিষয়া-কৰ্মচাৰী
    নগাঁৱৰ এন আৰ চি সেৱা কেন্দ্ৰতো দেখা গৈছে বিষয়া-কৰ্মচাৰীৰ ব্যস্ততা
    NRC কেন্দ্ৰৰ বাহিৰত সষ্টম নিৰাপত্তাৰক্ষী
    সৰুক্ষেত্ৰীত NRCৰ তালিকাত নাম চাবলৈ ৰাইজৰ ভিৰ
    তিনিচুকীয়া জিলাৰ এই দৃশ্য

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং