মা দুৰ্গাই কঢ়িয়াই আনিছে নেকি আপোনালৈ কোনো সুখবৰ, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

0
14790

মা দুৰ্গাই কঢ়িয়াই আনিছে নেকি আপোনালৈ কোনো সুখবৰ, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

মেষ – ক্ৰোধ সম্বৰণ কৰিবলৈ চেষ্টা কৰিব। ক্ৰোধৰ বাবে কৰ্ম ক্ষেত্ৰত সন্মান হানিৰ সম্ভাৱনা। ব্যৱসায়ত শুভ| শুভ সংখ্যা ৩, শুভ ৰং বগা |

বৃষ – আপোনাৰ শত্ৰুসকলে আপোনাৰ সফলতাত বাধা দিব পাৰে কিন্তু ইতিবাচক হৈ থাকিব পাৰে। মা দুৰ্গাক আৰাধনা কৰক| শুভ সংখ্যা ৯ শুভ ৰং আকাশী |

মিথুন – খৰচ কৰোঁতে সাৱধান হ’ব। কৰ্মক্ষেত্ৰত উন্নতিৰ মুখ | ব্যৱসায়ত নতুন সম্ভাৱনা আছে। শুভ সংখ্যা ১, শুভ ৰং নীলা।

কৰ্কট – ধনৰ আগমনৰ সম্ভাৱনা। মা দুৰ্গাক উপাসনা কৰিব | সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। শুভ সংখ্যা ৭, শুভ ৰং কমলা |

সিংহ- মানসিক শান্তি থাকিব, কিন্তু আত্মবিশ্বাস হ্ৰাস পাব। যাত্ৰাৰ সম্ভাৱনা। বন্ধুবৰ্গৰ সহায় পাব। শুভ সংখ্যা ২, শুভ ৰং বাদামী |

কন্যা- ঘৰলৈ নতুন আলহীৰ আগমন হ’ব| কৰ্মক্ষেত্ৰত বুদ্ধিৰ বলত সফলতা পাব| খং কমাব | শুভ সংখ্যা ২, শুভ ৰং ৰঙা|

তুলা- কথা বতৰাত সংযম ৰাখক। কৰ্মক্ষেত্ৰত উন্নত। অৰ্থৰ দিশত কিছু শক্তিশালী স্থিতি থাকিব | শুভ সংখ্যা ১০, শুভ ৰং গোলপীয়া |

বৃশ্চিক- আত্মবিশ্বাস থাকিব, কিন্তু আত্মসংযম হ্ৰাস পাব।পৰিয়ালত কোনো সমস্যাই দেখা দিব পাৰে। পেটৰ সমস্যাই দেখা দিব পাৰে | শুভ সংখ্যা ৫, শুভ ৰং গাঢ় নীলা |

ধনু – কৰ্মক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব। কঠোৰ পৰিশ্ৰম কৰক | প্ৰেমৰ বাবে আজিৰ দিনটো বিশেষ হ’ব| শুভ সংখ্যা ৭, শুভ ৰং বাদামী |

মকৰ – দীঘলিয়া ভ্ৰমণৰ যোগ আছে |
হাতলৈ ধন আহিব | কিছুমান লোকে নতুন ঘৰ বা নতুন সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। শুভ সংখ্যা ১, শুভ ৰং হালধীয়া |

কুম্ভ – কোনো ডাঙৰ সুযোগ হাতলৈ আহিব।ব্যৱসায়ত লাভৰ মুখ দেখিব।
কোনো আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব। শুভ সংখ্যা ১১ , শুভ ৰং মেৰুণ |

মীন – কৰ্মস্থানত পদোন্নতিৰ যোগ|প্ৰেমত শুভ। প্ৰিয় জনৰ পৰা কোনো উপহাৰ লাভ। খৰছৰ মাত্ৰা বাঢ়িব । শুভ সংখ্যা ৯, শুভ ৰং বগা |