এই ৰাশিৰ লোকসকলে আজি আওকাণ নকৰিব পত্নীৰ পৰামৰ্শ ; কিয় জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

0
7090

এই ৰাশিৰ লোকসকলে আজি আওকাণ নকৰিব পত্নীৰ পৰামৰ্শ ; কিয় জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

মেষ-আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহব । বন্ধুৰ লগত দিনটো ভালদৰে পাৰ হ’ব। মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। শুভ সংখ্যা ৫, শুভ ৰং গুলপীয়া।

বৃষ- আপোনাৰ হাতলৈ হঠাৎ বহুত ধন আহি যাব। নতুন শক্তিয়ে কাম কৰিবলৈ আৰম্ভ কৰিব। পৰিয়াল আৰু কৰ্মক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰা সম্ভৱ হ’ব। শুভ সংখ্যা ১, শুভ ৰং বগা।

মিথুন-আপুনি আজি যিয়ে কৰিব , আপুনি এক প্ৰভাৱশালী স্থিতিতে বিৰাজ কৰিব। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হব। প্ৰেমত শুভ । শুভ সংখ্যা ৯, শুভ ৰং আকাশী।

কৰ্কট- কিছুমান ব্যক্তিগত সমস্যাই দেখা দিব পাৰে। দ্বিধা আঁতৰ হ’ব, আত্মবিশ্বাস ঘূৰি আহিব।মনতকৈ অধিক মগজুৰ কথা শুনিব। শুভ সংখ্যা ২, শুভ ৰং ৰঙা।

সিংহ- মনোযোগেৰে কাম কৰক। আপোনাৰ শৈশৱৰ স্মৃতিয়ে আপোনাক ব্যস্ত ৰাখিব। কাৰোবাক সহায় কৰিলে আৰ্থিক বিপদত পৰিব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং হালধীয়া।

কন্যা – আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া। শুভ সংখ্যা ৪, শুভ ৰং মেৰুণ।

তুলা -কাৰোবাক বিশ্বাস কৰাৰ পূৰ্বে চাৰিওদিশ চালিজাৰি চাব লাগিব।নতুন প্ৰকল্প বা নতুন অংশীদাৰিত্বলৈ যোৱাৰ সঠিক সময় নহয়। শুভ সংখ্যা ৮, শুভ ৰং ৰূপালী।

বৃশ্চিক- নিজৰ দায়িত্বৰ লগতে স্বাধীনতা পোৱা সম্ভৱ হ’ব।কঠোৰ পৰিশ্ৰমৰ সুফল পাব। আৰ্থিক উন্নতি সম্ভৱ। স্বীকৃতি আৰু সন্মান পাব পাৰে। শুভ সংখ্যা ৩,শুভ ৰং নীলা।

ধনু- আয়, ব্যয় পৰিচালনাৰ ক্ষেত্ৰত আৰু মনোযোগ প্ৰয়োজন। নিজৰ ইতিবাচক শক্তিৰ দ্বাৰা আনকো প্ৰভাৱিত কৰা সম্ভৱ হ’ব। দাম্পত্যত শুভ। শুভ সংখ্যা ৭, শুভ ৰং মুগা।

মকৰ- কোনো কাৰণত আঘাত পোৱাৰ আশংকা আছে। সতৰ্ক হৈ থাকিব লাগিব। ব্যক্তিগত সম্পৰ্কৰ বাবে শুভ দিন। শুভ সংখ্যা ১, শুভ ৰং পাতল হালধীয়া।

কুম্ভ- ধৈৰ্য সহকাৰে পৰিস্থিতি ৰ সন্মুখীন হ’লে ভাল পৰিণাম লাভ কৰিব। শিশুৰ পৰা ভাল খবৰ পাব পাৰে। বেপাৰ-বাণিজ্যত লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৮ , শুভ ৰং গাঢ় নীলা।

মীন- কোনো আনন্দৰ অনুষ্ঠানত যোগ দিয়াৰ সম্ভাৱনা। কেৰিয়াৰৰ ক্ষেত্ৰত সকলো বাধা অতিক্ৰম কৰিব। কৰ্মক্ষেত্ৰত কোনোৱে ষড়যন্ত্ৰ কৰিব পাৰে। শুভ সংখ্যা ৯, শুভ ৰং বাদামী।