27 C
Guwahati
Friday, September 30, 2022
More

    ৯ আগষ্টৰ ৰাশিফল, সাৱধানে থাকক এই ৰাশিৰ লোক

    ৯ আগষ্টৰ ৰাশিফল, সাৱধানে থাকক এই ৰাশিৰ লোক

    মেষ – ব্যৱসায়ত ভাল খবৰ আহিব। অৰ্থনৈতিক বিকাশ অব্যাহত থাকিব। বিবাহত শান্তি। শুভ সংখ্যা ২, শুভ ৰং বগা।

    বৃষ -আপুনি আইনী জটিলতাৰ সন্মুখীন হ’ব লাগিব পাৰে। কাম আৰু ব্যৱসায়ত সফলতা আৰু খ্যাতি। হাতলৈ ধন আহিব। শুভ সংখ্যা ৬, শুভ ৰং আকাশী।

    মিথুন – এটা নতুন কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আজি ভ্ৰমণৰ যোগ আছে। ঘৰলৈ আলহী আহিব। শুভ সংখ্যা ৯, শুভ ৰং নীলা।

    কৰ্কট – বৈবাহিক বিভেদৰ সম্ভাৱনা। শিশুৰ প্ৰাপ্তিত সুনাম বৃদ্ধি। প্ৰিয়জনৰ পৰা উপহাৰ উপলব্ধ হ’ব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং বেঙুনীয়া।

    সিংহ – শত্ৰুৱে ভালৰ সুযোগৰ ক্ষতি কৰিব পাৰে। ব্যৱসায়ত লাভ। পৰোপকাৰ কৰোঁতে ব্যয় বৃদ্ধি। শুভ সংখ্যা ৪, শুভ ৰং গুলপীয়া।

    কন্যা – কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি। সৃষ্টিশীল লোকৰ বাবে ভাল। মানসিক অস্থিৰতা বৃদ্ধি হ’ব। শুভ সংখ্যা ১ , শুভ ৰং ৰঙা।

    তুলা – অত্যাধিক খঙৰ ফলত বিপদ হ’ব পাৰে। চুবুৰীয়াৰ বাবে অস্থিৰতা আহিব। কৰ্মস্থানৰ পৰিৱেশত উন্নতি দেখা যাব।  শুভ সংখ্যা ১, শুভ ৰং সেউজীয়া।

    বৃশ্চিক -দুঃস্বপ্ন বা বেয়া সপোন হৈছে অৱচেতন মনৰ ভয়, সেইবোৰৰ বিষয়ে বিচলিত হোৱাৰ কোনো প্ৰয়োজন নাই। অতিমাত্ৰা খৰছ হ’ব।

    ধনু – আপোনাৰ খুব ওচৰৰ কোনোবাই আপোনাক আঘাত কৰিব। চুবুৰীয়াৰ সৈতে সদ ভাৱ ৰাখক। শুভ সংখ্যা ৫, শুভ ৰং হালধীয়া।

    মকৰ – সম্পৰ্কক অধিক নিৰ্ভৰযোগ্য কৰি তুলি আজি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে। জ্বৰ–চৰ্দিৰ সমস্যাত ভুগিব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং মেৰুণ।

    কুম্ভ – আজি নিজকে আত্মবিশ্বাসী অনুভৱ হ’ব পাৰে। কৰ্মক্ষেত্ৰত অত্যন্ত চাপৰ বাবে শাৰীৰিক অৱস্থা বেয়া হ’ব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং মাখন।

    মীন – অব্যক্ত কোনো ঘটনা ঘটিব পাৰে। ভ্ৰমণ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা ৫, শুভ ৰং গেৰুৱা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং