20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    “যি কৰে কৰক, মোক মাত্ৰ হত্য়া নকৰিব”, চিঞৰি চিঞৰি প্ৰাণৰ ভিক্ষা খুজিলে যুৱতীয়ে, কিন্তু…

    ডামিনী ঘটনাৰ পুনৰাবৃত্তি। মধ্যপ্ৰদেশৰ ভোপালত সংঘটিত হৈছে ভয়ানক ঘটনা। আজিৰ পৰা এমাহৰ পূৰ্বে এগৰাকী যুৱতীয়ে ঘৰৰ কাষতে ইভিনিং ৱাক কৰিবলৈ যাওঁতে আন্ধাৰৰ সুযোগ লৈ কেইজনমান ল’ৰাই ঠেলিয়াই দিয়ে। ল’ৰাকেইজনে যুৱতীগৰাকীক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। যুৱতীগৰাকীৰ লগত ধৰ্ষণৰো চেষ্টা কৰে লম্পট যুৱকে।প্ৰাণৰ ভয়ত যুৱতীগৰাকীয়ে যি কৰ কৰ , কিন্তু প্ৰাণে নামাৰিবি বুলি প্ৰাণৰ ভিক্ষা খোজে।

    যুৱতীগৰাকীৰ চিঞৰত ওচৰত থকা লোকে ঘটনাস্থলীত অহাত যুৱতীগৰাকী কথমপি ৰক্ষা পৰে।

    লগে লগে যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰে। যুৱতীগৰাকীৰ কামিহাঁড় ভাঙি যোৱাৰ ফলত লোৰ ৰড লগাই দিয়ে।

    সম্প্ৰতি যুৱতীগৰাকীক ৬ মাহৰ বাবে ৰেষ্ট লবলৈ দিছে।

    আৰু পঢ়ক : বাহনত নিচাজাতীয় সামগ্ৰী লৈ যাওতে হাতে লোটে ধৰা পৰিল বিজেপিৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং