21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চলন্ত গাড়ীত মালিকে ধৰ্ষণ কৰি আছিল মহিলাকঃ চালকে নিৰ্বিঘ্নে চলাই লৈ গ’ল গাড়ী

    দেশজুৰি নাৰীজনিত অপৰাধ বৃদ্ধি হোৱাৰ সময়তে মধ্য প্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। চলন্ত গাড়ীত মালিকে ধৰ্ষণ কৰি আছিল মহিলাক, চালকে নিৰ্বিঘ্নে চলাই লৈ গ’ল গাড়ী।

    এজন লোকে ফেক্টৰীত চাকৰি দিয়া প্ৰলোভনেৰে মহিলাগৰাকীক গাড়ীত বহুৱাইছিল।

    ইয়াৰ পাছতে সম্পটটোৱে মহিলাগৰাকীক চলন্ত গাড়ীতে উপৰ্যুপৰি ধৰ্ষণ কৰে। আনকি মহিলাগৰাকীক হোটেলৰ কোঠাতো নি ধৰ্ষণ কৰে।

    মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপে আৰু গোচৰ ৰুজু কৰে। অভিযুক্ত ৰামবাবু গুৰ্জৰ আৰু চালকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

    আৰু পঢ়ক : বন্ধুৰ লগত চিলা উৰুৱাই থকা অৱস্থাত দুমহলীয়া ছাদৰ পৰা পৰি মৃত্যু কিশোৰৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং