23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰঙিয়াত সন্ধানহীন যুৱক! ১২দিন ধৰি নিখোজ হৈ থকা যুৱকক বিচাৰ হাহাকাৰ পৰিয়াল বৰ্গৰ

    ৰঙিয়াৰ উত্তম ঘোষ নামৰ যুৱক এজন সন্ধানহীন অপহৰণৰ সন্দেহ পৰিয়ালৰ।

    যোৱা ৭ এপ্ৰিলৰ পৰা সন্ধানহীন ৰঙিয়াৰ সীতাৰাৰ উত্তম ঘোষ নামৰ যুৱকজন। পৰিয়ালৰ লোকে দাবী কৰিছে অপহৰণকাৰীৰ কবলত পৰিছে উত্তম ঘোষ।

    ১২দিন ধৰি সন্ধানহীন হৈ থকা উত্তম ঘোষক বিচাৰি হাহাকাৰ পৰিয়ালৰ লোকৰ। ইতিমধ্যে উত্তম ঘোষক বিচাৰি পৰিয়ালৰ লোকে ৰঙিয়া থানাত এজাহাৰো দাখিল কৰিছে। অৱশ্যে এতিয়ালৈ কোনো সন্ধান উলিয়াব পৰা নাই ৰঙিয়া আৰক্ষীয়ে।

    আৰু পঢ়ক : কোভিড ৰোগীৰ বাবে সাজু হাস্পতাল- ৫০ খন নতুন বিচনা সংযুক্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং