28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰঙিয়াত দ’ খাৱৈত পৰিল নিৰাপত্তাৰক্ষী ভৰ্তি বাছ! ৪০ গৰাকী জোৱান কঢ়িয়াই আনিছিল

    ৰঙিয়াত নিৰাপত্তাৰক্ষী ভৰ্তি বাছ দুৰ্ঘটনাত পতিত।

    ৰঙিয়া তিনিআলিত পথৰ পৰা দ খাৱৈত নামিল আৰক্ষী জোৱান ভৰ্তি বাছ।

    নিৰ্বাচনৰ দায়িত্ব সামৰি তামুলপুৰৰ পৰা আলিপুৰদুৱাৰ অভিমুখে গৈ আছিল বাছখন।

    প্ৰায় চল্লিশ গৰাকীকৈ RPSF ৰ জোৱান কঢ়িয়াই আনিছিল বাছখনে।

    ৰঙিয়া তিনিআলিত নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে শ্বহীদ বেদীৰ দেৱাল ভাঙি দ খাৱৈৰ ফালে নামি গ’ল বাছখন।

    সৌভাগ্যক্ৰমে বহুতৰে প্ৰাণ ৰক্ষা পৰিল যদিও সামান্যভাৱে আহত হৈছে কেইবাগৰাকীও জোৱান।

    আহত আটাইকেইগৰাকী জোৱানক ভৰ্তি কৰোৱা হৈছে সমীপৰ চিকিৎসালয়ত।

    photo and input: Trishna Das

    আৰু পঢ়ক : দিছপুৰ চিকিৎসালয়ত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন! অৱস্থা সংকটজনক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং