33 C
Guwahati
Monday, September 19, 2022
More

    স্বামী-স্ত্ৰী হ’ল ৰনবীৰ আলীয়া, গুলপীয়া নেকি বিয়াৰ থীম! ঋষি নামৰ মেহেন্দী লগালে দৰাৰ মাতৃয়ে

    স্বামী-স্ত্ৰী হ’ল ৰনবীৰ আলীয়া, গুলপীয়া নেকি বিয়াৰ থীম! ঋষি নামৰ মেহেন্দী লগালে দৰাৰ মাতৃয়ে

    বহুল চৰ্চিত এখন বিয়া আজি সুকলমে পাৰ হয়। ২০১৯ চনৰ পাছৰে পৰা বিয়া হব হব বুলি কৈ থকা বিবাহখন আজি অৱশেষত সম্পন্ন হয়।

    ‘এফালে অসমত বিহুৰ বতৰ- আনফালে বলীউডত বিয়াৰ বতৰ’। আজিৰ বিয়াৰ থীম আছিল গুলপীয়া । বহুতকেই দেখা গল গুলপীয়া সাজত। দৰাৰ মাতৃ, কইনাৰ মাতৃ, দৰাৰ ভগ্নী, কইনাৰ ভগ্নী আদিক দেখা পোৱা যায় গুলপীয়া ৰঙৰ সাজত।

    স্বামী-স্ত্ৰী হ'ল ৰনবীৰ আলীয়া, গুলপীয়া নেকি বিয়াৰ থীম! ঋষি নামৰ মেহেন্দী লগালে দৰাৰ মাতৃয়ে
    স্বামী-স্ত্ৰী হ'ল ৰনবীৰ আলীয়া, গুলপীয়া নেকি বিয়াৰ থীম! ঋষি নামৰ মেহেন্দী লগালে দৰাৰ মাতৃয়ে

    মুম্বাইত আজি বিয়াৰ চেহনাই বাজিছে। সংবাদ মাধ্যমৰ কেমেৰাই পিয়াপি দি ফুৰিছে আলীয়া আৰু ৰনবীৰৰ এখন হলেও কোনোমতে ফটো পাই নেকি উঠাবলৈ ।

    আলহি অতিথিৰে ভৰি পৰিছে মুম্বাইৰ আলীয়া-ৰনবীৰৰ বিবাহ থলী। দুপৰীয়া ৩.৩০ বজাত আছিল বিয়াৰ লগ্ন। পাছে বৰ্তমানলৈ কতো সদৰি হোৱা নাই দৰা কইাৰ এখনো ফটো।

    বিয়ালৈ বুলি অহা আলহিৰ ফটো সামাজিক মাধ্যমত বিয়পি পৰিছে। দৰা ৰনবীৰৰ মাতৃ, ভগ্নী- ৰিধিমা, কৰীশ্মা, কৰীণা হতৰ লগতে কইনাৰ পিতৃ, মাতৃ, জ্যেষ্ঠ ভগ্নী আদিকো দেখিবলৈ পোৱা গল।

    স্বামী-স্ত্ৰী হ'ল ৰনবীৰ আলীয়া, গুলপীয়া নেকি বিয়াৰ থীম! ঋষি নামৰ মেহেন্দী লগালে দৰাৰ মাতৃয়ে
    স্বামী-স্ত্ৰী হ'ল ৰনবীৰ আলীয়া, গুলপীয়া নেকি বিয়াৰ থীম! ঋষি নামৰ মেহেন্দী লগালে দৰাৰ মাতৃয়ে

    ইয়াৰে অধিক ভাগেই গুলপীয়া সাজেৰে নিজকে সজাই। দৰাৰ মাতৃ নীতু কাপুৰে স্বামীৰ ঋষি কাপুৰৰ নামত মেহেন্দী লগাই। কৰীশ্মা কাপুৰে হাতৰ লগতে ভৰিতো অকনমান মেহেন্দীৰে ফুলক চানেকি বনাই।

    স্বামী-স্ত্ৰী হ'ল ৰনবীৰ আলীয়া, গুলপীয়া নেকি বিয়াৰ থীম! ঋষি নামৰ মেহেন্দী লগালে দৰাৰ মাতৃয়ে

    আৰু পঢ়ক : সুযোগ পাইছিল এবাৰ কিন্তু প্ৰদৰ্শন আছিল চমৎকাৰ; আই পি এলত পাকিস্তানী খেলুৱৈ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং