হলীউডত অভিনয় ৰাখী সাৱন্তৰ! মুহুৰ্ততে ভাইৰেল অভিনয় কৰা ভিডিঅ’, পিছে হাঁহি ৰখাব পৰা নাই কোনেও

0
34282

হলীউডত অভিনয় ৰাখী সাৱন্তৰ! মুহুৰ্ততে ভাইৰেল অভিনয় কৰা ভিডিঅ’, পিছে হাঁহি ৰখাব পৰা নাই কোনেও।

হলীউডত, অভিনয় জগতৰ লোক সকলৰ বাবে এক সপোন, এক লক্ষ্য। সকলোৱেই মনত এক হেপাহ পুহি ৰাখে জীৱনত এবাৰলৈ হলেও হলীউডত কাম কৰাৰ। পিছে হলীউডত কাম কৰিবলৈ যিয়ে সিয়ে লাভ নকৰে সুবিধা।

পিছে ড্ৰামা কুইন ৰাখী সাৱন্তে পালে হলীউডত অভিনয়ৰ সুযোগ। ৰাখী সাৱন্তে অভিনয় কৰা ভিডিঅ ভাইৰেল এতিয়া সকলোতে। পিছে ৰাখীৰ সেই ভিডিঅ দেখি এতিয়া হাঁহি ৰখাব পৰা নাই বহুতো লোকে।

কিয়নো ৰাখীয়ে হলীউডত অভিনয় নহয়, হলীউডৰ এক ভিডিঅত ফেচ এপৰ জৰিয়তে নিজৰ চেহেৰা লগাই ভিডিঅ বনাই। আৰু সেই মুখ সালসলনিৰ ভিডিঅ নিজৰ ইনষ্টাগ্ৰামতো পোষ্ট কৰে।

পোষ্ট শ্বেয়াৰ কৰি লগতে লিখে যে, হলীউডত আহি আছো। বহুতেই সেই ভিডিঅত কমেণ্ট দিছে, খুউৱ সোনকালেই ৰাখীক হলীউডত দেখা পোৱা যাব। অভিনয়ৰ বাবে নহলেও নৃত্যৰ জৰিয়তে।

View this post on Instagram

A post shared by Rakhi Sawant (@rakhisawant2511)

আৰু পঢ়ক : পুনৰ লজ্জিত সমাজ? ৫০ উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি হৈ নৱম শ্ৰেণীৰ ছাত্ৰীয়ে জন্ম দিলে মৃতসন্তান