28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    জনপ্ৰিয় অভিনেতা ৰজনীকান্তলৈ দাদা চাহেব ফাল্কে বঁটা…

     জনপ্ৰিয় অভিনেতা ৰজনীকান্তলৈ দাদা চাহেব ফাল্কে বঁটা…

    জনপ্ৰিয় অভিনেতা প্ৰদান কৰা হ’ব দাদ চাহেব ফাল্কে বঁটা। ৫ জনীয়া সদস্যৰ এটি দলে ৰজনীকান্তৰ নামত মোহৰ লগাই। উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেড়কৰে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে।

    অভিনেতা ৰজনীকান্তে এই ক্ষেত্ৰত ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।অভিনেতা গৰাকীয়ে টুইট কৰি ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা দেখা যায়।

    অভিনেতা গৰাকীয়ে টুইট কৰি কয় যে ”দাদা চাহেব ফাল্কে বঁটাৰ বাবে ভাৰত চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,প্ৰকাশ জাভেৰকৰ আৰু জুৰীক আন্তৰিক ধন্যবাদ। মই এই বঁটাটো সেই সকল লোকক অৰ্পন কৰিছো যিয়ে মোৰ এই যাত্ৰাত অংশীদাৰ হৈছে। ইশ্বৰক ধন্যবাদ”।

    ইয়াৰ পূৰ্বে প্ৰকাশ জাভেড়কৰে টুইট কৰি কয় যে মই এই কথাটো লৈ অত্যন্ত সুখী যে দাদচাহেব ফাল্কে বঁটা ৰজনীকান্তে লাভ কৰে।

    আৰু পঢ়ক : ব্লাড কেন্সাৰত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী তথা সাংসদ কিৰণ খেৰ…..

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং