27 C
Guwahati
Saturday, August 20, 2022
More

    শ্ৰীনগৰৰ পৰা দিল্লী উভতিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ক’লে- কাশ্মীৰৰ পৰিস্থিতি শান্ত হোৱা নাই

    ৰাহুল গান্ধীৰ শ্ৰীনগৰ ভ্ৰমণ সন্দৰ্ভত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল সত্যপাল মালিকে ক'লে যে তেওঁ ইয়ালৈ অহাৰ প্ৰয়োজন নাছিল, তেওঁ সংসদতে ক'ব লাগিছিল।

    জম্মু-কাশ্মীৰৰ অনুচ্ছেদ ৩৭০ আঁতৰৱোৰ পিছত কাশ্মীৰৰ পৰিস্থিতিৰ বুজ ল’বলা আজি অৰ্থাৎ শনিবাৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ সৈতে বিৰোধী দলৰ এটা প্ৰতিনিধি মণ্ডল শ্ৰীনগৰত উপস্থিত হৈছিল যদিও জম্মু-কাশ্মীৰ প্ৰশাসনে এয়াৰপৰ্টৰ বাহিৰত আহিবলৈ অনুমতি দিয়া নাছিল আৰু তেওঁ পুনৰ দিল্লীলৈ উভতিব লগা হ’ল।

    ৰাহুল গান্ধীৰ শ্ৰীনগৰ ভ্ৰমণ সন্দৰ্ভত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল সত্যপাল মালিকে ক’লে যে তেওঁ ইয়ালৈ অহাৰ প্ৰয়োজন নাছিল, তেওঁ সংসদতে ক’ব লাগিছিল।

    Guwahati | Edited by: Dulu Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং