29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্বই শপত গ্ৰহণ কৰা দিনটোতেই শিৱসাগৰত কা- বাতিলৰ দাবীত প্ৰতিবাদ

    মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্বই শপত গ্ৰহণ কৰা দিনটোতেই শিৱসাগৰত কা- বাতিলৰ দাবীত প্ৰতিবাদ

    হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে শপত গ্ৰহণ কৰা দিনটোতে কা বাতিলৰ দাবীত শিৱসাগৰত তিনি জাতি-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ।

    নতুন চৰকাৰৰ শপত গ্ৰহনৰ দিনটোত শিৱসাগৰ ঐতিহাসিক শিৱ দ’লৰ সমুখত কা বাতিলৰ দাবীত অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম অনুসূচীত ছাত্ৰ সন্থা আৰু মৰিয়া যুৱ ছাত্ৰ সন্থাৰ প্লেকাৰ্ডলৈ প্ৰতিবাদ সাব্যস্ত কৰে।

    প্ৰতিবাদকাৰী সকলে অসমৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ চুবুৰীয়া অন্য ৰাজ্যৰ দৰে কা বাতিলৰ বাবে অসম বিধান সভাত প্ৰস্তাৱ গ্ৰহণ কৰি সৎ সাহস দেখুৱালৈ প্ৰত্যাহ্বন জনায়। লগতে অসমৰ ৰাইজে কেতিয়াও কা মনা নাছিল আৰু ভৱিষ্যতেও নামানে বুলি স্পষ্ট কৰি দি অনাগত দিনত কা বাতিলৰ বাবে ব্যাপক গণ আন্দোলনৰ গঢ়ি তুলা হব বুলি হুংকাৰৰ প্ৰদান কৰে।

    Photo and input: sanjay pareek

    আৰু পঢ়ক : জানেনে! ২৮ এপ্ৰিলৰ বৰভূঁইকঁপৰ পিছত ৪৫ টা ভুমিকম্পই জোকাৰি গ’ল অসম…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং