26 C
Guwahati
Friday, September 17, 2021
More

    কা-ৰ বিৰোধিতা কৰি পুনৰ উত্তাল ৰাজ্যৰ বিভিন্ন প্ৰান্ত

    “কা” আমি নামানো ” “শ্বহীদ তেজ অথলে যাব দিয়া নহ’ব ” “ইনক্লাব জিন্দাবাদ ” আদি শ্লোগানেৰে শুকুৰবাৰে উত্তাল হৈ পৰে বিলাসীপাৰাৰ ৰাজপথ |

    কা” আন্দোলনত যোৱা বছৰ ১১ ডিচেম্বৰত শ্বহীদ হৈছিল দীপাঞ্জল দাস, ছেম ষ্টেফাৰ, আব্দুল আলিম, ঈশ্বৰ নায়ক আৰু দীজেন্দ্ৰ পাংগী |

    শ্বহীদ পাঁচ গৰাকীক আজি বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনৰ সমীপত শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে কা”ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে AJYCP আছু আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে |

    AJYCP ৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত সংগঠন তিনিটাই শাখা সাহিত্য সভা ভৱনৰ সন্মুখৰ পৰা জাতি ধ্বংসী কা” বাতিলৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়ায় |

    কিন্তু এই সমদলক স্থানীয় আৰক্ষীৰ দলে আগভেটা দি বাধা প্ৰদান কৰে ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং