32 C
Guwahati
Thursday, September 16, 2021
More

    প্ৰাক্তন প্ৰেমিক আৰু বৰ্তমানৰ প্ৰেমিকৰ মাজত কাজিয়া, মাজত গৰ্ভৱতী মহিলা, পিছত এক বেদনাদায়ক ঘটনা…

    এগৰাকী গৰ্ভৱতী মহিলাক গুলীয়াই হত্যা কৰে যুৱকে। এই ঘটনা সংঘটিত হয় আমেৰিকাত। উল্লেখ্য যে মহিলা গৰাকীয়ে তেওঁৰ প্ৰাক্তন প্ৰেমিক আৰু বৰ্তমানৰ প্ৰেমিকৰ মাজত কাজিয়া ঠিক কৰিবলৈ যাঁওতেই এই ঘটনা সংঘটিত হয়।

    ৰবিবাৰে এই ঘটনা সংঘটিত হয়। ৩৩ বছৰীয়া মহিল ছোনীছ য়ং ৮‌ মাহৰ গৰ্ভৱতী আছিল। তেওঁ নিজৰ প্ৰেমিকৰ সৈতে ঘৰ গৈ আছিল সেই সময়তে তেওঁৰ প্ৰাক্তন প্ৰেমিক আহি ওলাই।

    তাৰ পিছতেই দুই যুৱকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু কাজিয়া ভাঙিব বিচৰাত মহিলা গৰাকীৰ মুৰত গুলী লগাৰ ফলত মৃত্যু হয়।

    আৰু পঢ়ক : বানে ধুই গ’ল সপোনবোৰ! কালৰূপী বানৰ পাছত এতিয়া কেৱল কৃষকৰ দুস্বপ্ন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং