29 C
Guwahati
Monday, July 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    টকিঅ’ অলিম্পিক, প্ৰি-কোৱাৰ্টাৰলৈ অসম কন্যা লাভলীনা বৰগোহাঁই

    টকিঅ’ অলিম্পিক, প্ৰি-কোৱাৰ্টাৰলৈ অসম কন্যা লাভলীনা বৰগোহাঁই

    বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ অসম কন্যা লাভলীনা বৰগোহাঁই।

    প্ৰথম ৰাউণ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী লাভলীনা।

    ৱাক অভাৰ পোৱা বাবে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ লাভলীনাৰ।

    ২৪ জুলাইত আছিল লাভলীনাৰ প্ৰথমখন খেল।

    প্ৰি-কোৱাৰ্টাৰত লাভলীনাৰ বিৰুদ্ধে খেলিব জাৰ্মানীৰ নাদিন এপেজ।

    ২৭ জুলাইত অনুষ্ঠিত হ’ব পৰৱৰ্তী খেল।

    আৰু পঢ়ক : ঈদৰ উছাহৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই চিটিকি পৰে আনোৱাৰ আৰু আদিল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং