
২০২০১ চনত ৰাইজৰ দল শাসনলৈ আহিলে শংকৰদেৱ শিশু নিকেতন বন্ধ কৰি দিয়া হ’ব বুলি মন্তব্য আগবঢ়াই শলঠেকত ৰাইজৰ দলৰ নগাওঁ জিলা সমিতিৰ সম্পাদক প্ৰকাশ বৰুৱা।
উদ্দেশ্যপ্ৰণোদিতভাৱে এনে বিতৰ্কিত মন্তব্য বক্তব্য আগবঢ়োৱাৰ বাবে দলৰ পৰা নিলম্বন কৰিলে নেতাজনক।
মঙলবাৰে নগাওঁ জিলাৰ ৰূপহীত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ এক ৰাজহুৱা সভাত এই মন্তব্য কৰিছিল বৰুৱাই। এক প্ৰেছ বিবৃত্তিযোগে দলটোৱে এই ব্যক্তব্য কোনোপধ্যে ৰাইজৰ দলৰ ব্যক্তব্য নহয় বুলি স্পষ্টীকৰণ দিয়ে।

আৰু পঢ়ক : ৰিহানাৰ টুইটৰ বিৰোধিতা কৰা ভাৰতীয় তাৰকাৰ টুইটাৰত অনুসন্ধান চলাব মহাৰাষ্ট্ৰ চৰকাৰে