19 C
Guwahati
Monday, December 6, 2021
More

    এটা পেট্ৰ’ল পাম্পৰ বিশেষ অফাৰ! জনতাৰ দুখ বুজি আগন্তুক ২ মাহলৈ কম কৰিলে মূল্য…

    এটা পেট্ৰ’ল পাম্পৰ বিশেষ অফাৰ! জনতাৰ দুখ বুজি আগন্তুক ২ মাহলৈ কম কৰিলে মূল্য…

     সমগ্ৰ দেশতে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। সাধাৰণ জনসাধাৰণে পেট্ৰল-ডিজেলৰ বৰ্দ্ধিত মূল্যক লৈ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।

    ইয়াৰ মাজতে পেট্ৰ’ল পাম্পৰ এজন মালিকে পূজাৰ বাবে বিশেষ উপহাৰ দিয়ে। ডিজেল প্ৰতিলিটাৰ ২ টকা ৰেহাই দিছে।

    এই পেট্ৰল পাম্পৰ মালিক জনে আগন্তুক ২ মাহলৈ কৃষক সকলক ডিজেল ২ টকাকৈ ৰেহাই দিব। ইয়াকলৈ আনন্দ প্ৰকাশ কৰিছে কৃষক সকলে।

    মধ্য প্ৰদেশৰ বৈতুল নামৰ ঠাইৰ এটি পেট্ৰল পাম্পচ দিয়া হৈছে এই বিশেষ অফাৰ।বৈতুলত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ১১৪ টকা আৰু ডিজেলৰ দাম ১০৪ টকা।ইয়াৰ বাবে বৈতুলত এনএছ ৪৭ত বৈতুল বজাৰৰ এটি পেট্ৰল পাম্পৰ সঞ্চালক ৰাজীৱ বৰ্মাই কৃষক সকলৰ দুখ বুজি ডিজেল প্ৰতিলিটাৰ ২ টকা ৰেহাই দিব।

    আৰু পঢ়ক : এইবাৰ বচপন কা প্যাৰ লৈ ৰাণু মণ্ডল…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং