20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    একতাই পৰম শক্তি- সম্পূৰ্ণ ঘৰটোকে উঠাই লৈ গল অন্য ঠাইলৈ, চাওক সুন্দৰ ভিডিঅ

    নাগালেণ্ডৰ মানুহৰ যেন একতাই প্ৰথম পৰিচয়। কেইদিনমান পূৰ্বে এখন ট্ৰাক পাহাৰৰ তলৰ পৰা গাঁওবাসীয়ে টানি পথলৈ ওঠাই নিয়াৰ ভিডিঅ ভাইৰেল হোৱাৰ পিছত এইবাৰ এটা ঘৰ অন্য স্থানলৈ স্থানান্তৰ কৰাৰ ভিডিঅ ভাইৰেল।

    বহু লোকে লগ হৈ একেলগে মিলি দাঙি স্থানান্তৰ কৰিলে সম্পূৰ্ণ ঘৰটো। এইবাৰো নগা লোকে সকলোকে দেখুৱাই দিলে একতাই পৰম ধৰ্ম। এক হৈ কাম কৰিলে সকলো কামেই সম্ভৱ । কোনো অসম্ভৱ বুলি নাই এক হৈ কাম কৰিলে।

    এইবাৰো ছচিলেয় মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈছে এই ভিডিঅ। ভিডিঅ টোত দেখা অনুসৰি কেইবাজনো লোকে একগোট হৈ এটা ঘৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ দাঙি স্থানান্তৰ কৰিছে।

    আৰু পঢ়ক : ”মোক ৫ কোটি দিয়ক, প্ৰধানমন্ত্ৰী মোডীক হত্যা কৰিবলৈ প্ৰস্তুত”, প্ৰধানমন্ত্ৰীৰ জীৱনলৈ কাৰ ভাবুকি…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং