29 C
Guwahati
Tuesday, August 9, 2022
More

    ৰণোন্মাদ পাকিস্তান! বৃহস্পতিবাৰে পাকিস্তানে কৰিলে Ghaznavi মিছাইলৰ পৰীক্ষণ

    বৃহস্পতিবাৰে পাকিস্তানে সফলতাপূৰ্ণ Ballistic missile Ghaznavi পৰীক্ষণ কৰিলে। গজনবী surface to surface ২৯০ৰ পৰা ৩২০ কিলোমিটাৰ দূৰত্বলৈ নিক্ষেপ কৰিব পাৰিব বুলিও দাবী পাকিস্তানৰ।

    এই মিছাইলটোৱে ৭০০ কিলোগ্ৰাম বিস্ফোৰক লৈ যোৱাৰ ক্ষমতা আছে। ইয়াৰ পৰীক্ষণ কৰা হৈছে কৰাচীৰ সমীপৰ ছোনমিয়ানী উৰণ পৰীক্ষণ ৰেঞ্জত। আশা কৰা মতেই নিশা মিছাইল পৰীক্ষণ পাকিস্তানৰ।

    বৃহস্পতিবাৰে এই কথা টুইটাৰযোগে এই কথা প্ৰকাশ কৰে ISPR সঞ্চালক প্ৰধান আছিফ ঘাফুৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং