NRCক লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰতিক্ৰিয়া। NRCৰ জৰিয়তে মুছলমান লোকক নিৰ্যাতন চলোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

নিজৰ টুইটাৰ একাউণ্টত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইমৰান খানে।
Photo Credit: indianexpress.com