18 C
Guwahati
Thursday, January 20, 2022
More

    পয়লাপুল নবোদয় বিদ্যালয়ক কনটেইনমেন্ট জোন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ

    কাছাৰৰ পয়লাপুল নবোদয় বিদ্যালয়ক কনটেইনমেন্ট জোন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।

    বিদ্যালয়খনৰ শিক্ষক, কৰ্মচাৰীসহ ছাত্ৰ-ছাত্ৰীৰ মুঠ ৯৩ জনৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ মাজত ৮১ জন ছাত্ৰ-ছাত্ৰী আছে।

    সেয়ে কেন্দ্ৰীয় বিদ্যালয়খনক জিলা প্ৰশাসনে কনটেইনমেন্ট জোন হিচাপে ঘোষণা কৰিছে।

    বিদ্যালয়খনৰ আন ছাত্ৰ-ছাত্ৰীসহ শিক্ষক আৰু কৰ্মচাৰি সকলৰ কৰ’ণা পৰীক্ষা চলোৱা হৈছে। পজিটিভৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

    ইনপুট : ইয়াচিন মজুমদাৰ

    আৰু পঢ়ক : খেতিপথাৰতে কাম কৰি থকা অৱস্থাত দা, লাঠিৰে আক্ৰমণ কৰি নিজৰ জ্যেষ্ঠ ভাতৃক নৃশংস হত্যা পাঁচ ভাতৃৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং