24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মনোনয়ন উঠাই লৈ পুনৰ বিজেপিৰ ওচৰত আঠু ল’লে নিদৰ্লীয় প্ৰাৰ্থী পদ্মেশ্বৰ দলে

    মনোনয়ন উঠাই লৈ পুনৰ বিজেপিৰ ওচৰত আঠু ল’লে নিদৰ্লীয় প্ৰাৰ্থী পদ্মেশ্বৰ দলে

    নিজৰ মনোনয়ন উঠাই লৈ পুনৰ বিজেপিৰ ওচৰত আঠু ল’লে নিদৰ্লীয় প্ৰাৰ্থী পদ্মেশ্বৰ দলে। আজি মাজুলী ৯৯ নং বিধান সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী পদ্মেশ্বৰ দলে আজি বিজেপিত আনুষ্ঠানিক ভাবে যোগদান কৰে।

    মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে নতুনকৈ অসমত জন্ম লাভ কৰা আঞ্চলিক দল অসম জাতীয় পৰিষদ দলত যোগদান কৰিছিল ।

    কিন্তু অসম জাতীয় পৰিষদ দলৰ পৰা টিকত লাভ নকৰাত তেওঁ মাজুলীৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল।

    আজি নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে আনুষ্ঠানিক ভাবে মাজুলীৰ জিলা বিজেপি কাৰ্যালয়ত যোগদান কৰাত এতিয়া সমগ্ৰ মাজুলীতে চৰ্চা অব্যাহত আছে ।

    আৰু পঢ়ক : ৯ ডিচেম্বৰৰ পৰা সন্ধানহীন যুৱকৰ অৱশেষত নৃশংস হত্যা, ফটো প্ৰেৰণ পৰিয়াললৈ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং