23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অস্কাৰ বঁটাৰ অনুষ্ঠানত চকুলোৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন ইৰফান খান আৰু ভানু অথৈয়াক

    অস্কাৰ বঁটাৰ অনুষ্ঠানত চকুলোৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন ইৰফান খান আৰু ভানু অথৈয়াক

    অস্কাৰ… ছবি জগতত কাম কৰা সকলৰ বাবে এক সপোন। সকলোৱে আশা কৰে অস্কাৰ বঁটা লাভ কৰা, অস্কাৰ বঁটা অনুষ্ঠানত অংশ লোৱা আদি। হলীউডৰ পৰা বলীউডলৈ বিশ্বৰ সকলো চিনেমা জহতৰে নামি দামী তাৰকাৰ পয়োভৰ ঘটা এই অনুষ্ঠান সকলোৰে বাবে সপোন।

    সেই সপোনপুৰীতেই চকুলোৰে বিশেষ সন্মান লাভ কৰিলে ভাৰতীয় বিশিষ্ট অভিনেতা, যি কোৱল বলীউডতেই নহয়, হলীউডৰ চিনেমাতো কীম কৰি নিজৰ দক্ষতাৰ প্ৰমাণ দিছে ইৰফান খান, লগতে একমাত্ৰ ভাৰতীয় যিয়ে কষ্টিউম ডিজাইনৰ বাবে অস্কাৰ লাভ কৰিছিল ভানু অথৈয়া।

    ৩ মিনিটৰ ভিডিঅ কলাজ বনাই ছবিজগত দ্বিগ্বজ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সেই ৩ মিনিটৰ ভিডিঅত স্থান পায় এই দুই ভাৰতীয় দ্বিগ্বজে।

    আৰু পঢ়ক : কৰ’ণা নাই? হৰিদ্বাৰত পূৰ্ণিমাৰ স্নান কৰিলে প্ৰায় ৩০ হাজাৰ লোকে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং