24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হাটশিঙিমাৰী বজাৰত পিয়াঁজত লাগিল জুই !

    পিয়াঁজৰ জুইচাই দামে কন্দুৱাইছে হাটশিঙিমাৰীবাসীক। ইমানৰ পিছতো কিন্তু নিৰ্বিকাৰ চৰকাৰ তথা প্ৰশাসন

    পিয়াঁজৰ আকাশলংঘী মূল্যই সাধাৰণ ৰাইজক শোধাইছে মাধমাৰ৷ পিয়াঁজৰ মূল্যই চেঞ্চুৰী কোবোৱা কেইবাদিনো হ’ল ৷ মানকাচৰৰ হাটশিঙিমাৰী বজাৰত পিঁয়াজে এইবাৰ চেঞ্চুৰীকো চেৰ পেলালে।

    Video : Time8

    হাটশিঙিমাৰী বজাৰত এতিয়া প্ৰতিকেজি পিয়াঁজৰ মূল্য ১২০ টকা। পিয়াঁজৰ জুইচাই দামে কন্দুৱাইছে হাটশিঙিমাৰীবাসীক। ইমানৰ পিছতো কিন্তু নিৰ্বিকাৰ চৰকাৰ তথা প্ৰশাসন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং