চকুৰ পচাৰতে কপিলীৰ বুকুত জাহ গ’ল এটা মন্দিৰঃ চাওক এই ভিডিঅ’

0
111

পশ্চিম কাৰ্বি আংলঙত কপিলী নৈৰ সংহাৰী ৰূপ ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অঞ্চল এতিয়া বানপানীৰ কবলত।
কেইবাদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নদ–নদী সমূহৰ জলপৃষ্ঠ।
ইফালে বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৩৫ টা বন শিবিৰ এলেকা প্লাৱিত হৈছে ৷

কাৰ্বি আংলঙত চপৰা চপৰে খহিছে মাটি।
কপিলী নৈৰ বাঢ়নী পানীত জাহ গৈছে কেবাটাও মথাউৰি।
কেমেৰাৰ সন্মুখতে এটি মন্দিৰ সম্পূৰ্ণৰূপে জাহ গ’ল কপিলী নৈৰ বুকুত।

চাওক এই ভিডিঅ’