মহানগৰীত ভয়ংকৰ ঘটনা ! হাতীৰ গচকত প্ৰাণ গ’ল এজনৰ

0
146

মহানগৰীত ভয়ংকৰ ঘটনা ! হাতীৰ গচকত প্ৰাণ গ’ল এজনৰ

মহানগৰীৰ চন্দ্ৰপুৰত বন্যহস্তীৰ গচকত প্ৰাণ গ’ল এজনৰ | নিহত লোকজন দিলীপ নাথ বুলি চিনাক্ত কৰা হৈছে |

চন্দ্রপুৰৰ ঠাকুৰকুছিৰ খামব্রেঙা বিলৰ পাৰত এই ঘটনাটো সংঘটিত হৈছে |

জানিব পৰা মতে দিলীপ নাথৰ খামব্রেঙা বিলৰ পাৰত এখন ৰিজৰ্ট আছে আৰু শনিবাৰে নিশা পৰিয়ালৰ সৈতে ৰিজৰ্টলৈ গৈছিল |

আৰু তেতিয়াই এই ঘটনাটো সংঘটিত হয় | দিলীপ নাথৰ ঘৰ নাৰেংগীৰ বিৰকুছিত।