29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিলাসীপাৰাত অতিমাৰি কৰ’ণাই প্ৰাণ ললে এজনৰ

    • বিলাসীপাৰাত পুনৰ কৰ’নাত আক্ৰান্ত হৈ আন এজনৰ মৃত্যু |
    • কৰ’নাত আক্ৰান্ত কনক দাস ওৰফে ভানু(৫৬)নামৰ লোকগৰাকী মৃত্যুৰ মুখত পৰে।
    • বিলাসীপাৰা চহৰৰ ৫ নম্বৰ ৱাৰ্ডৰ বাসিন্দা প্ৰয়াত দাসক দহ দিন পুৰ্বে কৰ’ণাত আক্ৰান্ত হোৱাৰ বাবে গুৱাহাটী মেজিকেল কলেজ হাস্পতালত ভৰ্তি কৰিছিল।
    • সোমবাৰৰ পুৱা GMCH ত মৃত্যু হয় দাসৰ
    • ইতিমধ্যে কাল কৰ’ণাত আক্ৰান্ত হৈ বিলাসীপাৰাত ৬ গৰাকী লোকৰ মৃত্যু হৈছে |

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।