27 C
Guwahati
Sunday, May 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বন্ধুৰ লগত চিলা উৰুৱাই থকা অৱস্থাত দুমহলীয়া ছাদৰ পৰা পৰি মৃত্যু কিশোৰৰ

    ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত অঘটন। সমনীয়াৰ লগত চিলা উৰুৱাই থকা অবস্থাত দুমহলীয়া ঘৰৰ ছাদৰ পৰা সৰি পৰিল নীৰজ প্ৰসাদ নামৰ এটি প্ৰায় ১০বছৰীয়া শিশু।
    সংকটজনক অৱস্থাত শিশুটিক হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও ডাক্তৰে মৃত ঘোষণা কৰে শিশুটিক।
    এই ঘটনাই শোকৰ ছা পেলাইছে গ্ৰেহেম বজাৰ অঞ্চলত।।

    আৰু পঢ়ক : যমুনামুখ সমষ্টিৰ বিধায়ক আজমল পুনৰ ৰাইজৰ ৰোষত! ভাইৰেল ভিডিঅ’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং