29 C
Guwahati
Wednesday, August 10, 2022
More

    ৭৩সংখ্যক স্বাধীনতা দিৱসঃ কাইলৈ কোনগৰাকী মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব পতাকা?

    খানাপাৰা – মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
    লখিমপুৰ – হিমন্ত বিশ্ব শৰ্মা
    ডিব্ৰুগড় – চন্দ্ৰমোহন পাটোৱাৰী
    তিনিচুকীয়া – অতুল বৰা
    ধুবুৰী – কেশৱ মহন্ত
    মাজুলী – নৱ দলে
    যোৰহাট – সিদ্ধাৰ্থ ভট্টাচাৰ্য
    ধেমাজি – ছুম’ ৰংহাং
    নগাঁও – ৰিহণ দৈমাৰী
    তেজপুৰ – ৰঞ্জিত দত্ত
    নলবাৰী – ফণীভূষণ চৌধুৰী
    বৰপেটা – প্ৰমীলা ৰাণী ব্ৰহ্ম
    গোৱালপাৰা – পীয়ুষ হাজৰিকা
    দৰং – ভৱেশ কলিতা

    ইতিমধ্যে মন্ত্ৰীসকল ৰাওনা হৈছে গন্তব্য় স্থানলৈ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং