
কেব লোকসভাত গৃহীত হোৱাৰ সময়তে ডিব্ৰুগড়ত কেবৰ বিৰুদ্ধে উলংগ প্ৰতিবাদ৷ টাই আহোম যুৱ পৰিষদৰ তিনি সদস্যই উলংগ হৈ সাব্যস্ত কৰে প্ৰতিবাদ।
হাত হেং দাং লৈ শেষ সকিয়নী চৰকাৰক ৷ জয় আই অসম ধ্বনিৰে এইদৰে উত্তাল প্ৰতিবাদ ৰাজপথত৷ উলংগ প্ৰতিবাদ সাব্যস্ত কৰা তিনিযুৱক ক্ৰমে দীপাংকৰ দুৱৰা সম্পাদক টাইপা ডিব্ৰুগড় জিলা সমিতি, ৰাজ খান কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আৰজু আলী কৃষক মুক্তি সংগ্ৰাম সমিতি