মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাত কেবৰ বিৰুদ্ধে নগ্ন প্ৰতিবাদ

জাতিধ্বংসী বিধেয়ক খনক লৈ চৰকাৰ বিৰোধী ধ্বনি চাবুৱাৰ ৰাজপথত

0
181
Photo: Time8
Photo: Time8

ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱা চহৰত কেবৰ বিৰুদ্ধে অভিনৱ পন্থাৰে ক্ষোভ উজাৰিলে প্ৰতিবাদকাৰীয়ে। চৰমসীমা অতিক্ৰম কৰি পাঁচজন প্ৰতিবাদকাৰীস নগ্ন হ’ল ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত।

জাতিধ্বংসী বিধেয়ক খনক লৈ চৰকাৰ বিৰোধী ধ্বনি চাবুৱাৰ ৰাজপথত। উলংগ প্ৰতিবাদ সাৱস্ত্য কৰা প্ৰতিবাদকাৰী কেইজন হ’ল দুৰ্লভ বৰুৱা, জগদীশ গোঁহাই, দ্বীপজ্যোতি সন্দিকৈ, দিপাংকৰ গগৈ আৰু প্ৰদিপ্ত ফুকন।