উত্তৰ গুৱাহাটী পুৰান প্ৰসিদ্ধ মনিকৰ্নেশ্বৰ দেৱালয়ৰ মনিকুটৰ কেইবা স্থানত ফাঁট

0
152

উত্তৰ গুৱাহাটী পুৰান প্ৰসিদ্ধ মনিকৰ্নেশ্বৰ দেৱালয়ৰ মনিকুটৰ কেইবা স্থানত ফাঁট ।শেহতীয়া ভাৱে অহা ভূমিকম্পত ঐতিহ্যমণ্ডিত দেৱালয়ৰ বৃহৎ ক্ষতি ।

ভূমিকম্পৰ ফলত উত্তৰ গুৱাহাটী মৰ্ণিকনেশ্বৰ দেৱালয়ত বৃহৎ ফাট । মন্দিৰৰ চাৰিওফালে বৃহৎ বৃহৎ ফাঁট মেলি দুৰ্বল হৈ পৰিছে মন্দিৰটো ।

যি কোনো মূহুৰ্ততে খহি পৰাৰ পূৰ্ণ সম্ভাৱনা পুৰাণপ্ৰসিদ্ধ দেৱালয়খন । ১৭৫৫ চনতে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল দেৱালয়ৰ মন্দিৰটো । প্ৰত্নতাত্বিক বিভাগক শীৰ্ঘ্ৰে মেৰামতি কৰাৰ কাতৰ আহ্বান স্থানীয় ৰাইজৰ ।

Photo and input: Nitopam Medhi

আৰু পঢ়ক : কৃষকৰ মাজত হাহাকাৰ! ৫০০ বিঘা মাটিত ধানৰ সলনি ওলাল কেৱল পতন