বৰ্তমান NRC উন্নীতকৰণৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

এক লিখিত উত্তৰত এই তথ্য সদৰি কৰে লোকসভাত

0
59
এতিয়ালৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এন আৰ চি-ৰ সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে
ফাইল ফটো

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। বৰ্তমান দেশজুৰি NRC উন্নীতকৰণক লৈ কোনো সিদ্ধান্ত লোৱা নাই। এই গুৰুত্বপূৰ্ণ মন্তব্য সদৰি কৰে গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে লোকসভাত। এক লিখিত উত্তৰত এই তথ্য সদৰি কৰে লোকসভাত।

পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বলবৎ কৰা হ’ব বুলি সদৰি কৰিছিল। অমিত শ্বাহৰ এই মন্তব্যৰ পিছতে সমগ্ৰ দেশজুৰি উঠিছিল প্ৰতিবাদৰ দাৱানল। বৰ্তমানেও শাম কটা নাই এই প্ৰতিবাদ।

Photo: Time8