
বাতিল হ’ল স্নাতক তৃতীয় ষান্মাসিকৰ ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা । বৰ্তমানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত চলি আছে স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা ৷ ৰাজনীতি বিজ্ঞানৰ পৰীক্ষাৰ কাকতত হোৱা বিসংগতিৰ বাবেই বাতিল কৰা হৈছে পৰীক্ষা ৷

পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময় পিছতেই ধৰা পৰে প্ৰশ্নকাকতৰ বিসংগতি । বিসংগতি ধৰা পৰাৰ পিছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লগেলগে গ্ৰহণ কৰে পৰীক্ষা বাতিলৰ সিদ্ধান্ত ।
বিজু গোহাঁইৰ প্ৰতিবেদন