দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, ৪ গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আহত

সংকটজনক অৱস্থাত আটাইকেইগৰাকী যাত্ৰীকে চিকিত্সাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে

0
1104
Photo: Time8

দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমাল দ্ৰুতবেগী ছুইফট ডিজায়াৰ। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা ৪ গৰাকীতকৈও অধিক যাত্ৰী গুৰুতৰভাৱে আহত।

Time8

সংকটজনক অৱস্থাত আটাইকেইগৰাকী যাত্ৰীকে চিকিত্সাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। দুৰ্ঘটনাটোৰ ফলত বাহনখন ভাঙি চূৰমাৰ হৈ যায়। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে ৰচিৰে টানি বাহনখন উদ্ধাৰ কৰে।

Time8