হিটলাৰী শাসন চলাইছে বিজেপিয়েঃ ৰিপুন বৰা

অগপে সাপ হৈ খুটিছে , বেজ হৈ জাৰিছে

0
39
কংগ্ৰেছ দলৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ
file photo

ৰিপুন বৰাৰ সংবাদমেল। CAB/CAAৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যত কংগ্ৰেছ জড়িত বুলি হিমন্তই ফুটেজ দেখুৱাই বলপূৰ্বকভাৱে ক’ব বিচাৰিছে। SIT কিয় সাহস আছে যদি উচ্চতম ন্যায়ালয়ৰ চিটিং ন্যায়াধীশৰ হতুৱাই তদন্ত কৰাওক। কংগ্ৰেছ কৰ্মী জড়িত বুলি হিমন্তই কাল্পনিক কাহিনী বনাইছে। সাহস আছে যদি বুদ্ধিজীৱিৰ নাম ৰাজহুৱা কৰক। ৫০ হাজাৰ চাকৰি থকাৰ কথা এতিয়াহে গম পাইছে সোণোৱালে , ডেকা লৰাক টোপ দিছে।

শিল্পীলৈ আজিহে মনত পৰিল চৰকাৰৰ। অগপ ৰাজভৱনলৈ গৈছে, গৱৰ্ণৰে একো কৰিব নোৱাৰে । অগপই সাপ হৈ খুটিছে , বেজ হৈ জাৰিছে। অখিল ৰাষ্ট্ৰ দোষী নহয়, হেণ্ডকাফ লগাই নিবলৈ। আমি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিম। হিটলাৰী শাসন চলাইছে বিজেপিয়ে।

Photo Credit : The Indian Express