NDFB নেতা ৰঞ্জন দৈমাৰীৰ ৪ সপ্তাহৰ জামিনৰ ম্যাদ সমাপ্ত

আদালতত আত্মসমৰ্পণ কৰিহে পুনৰ জামিনৰ ম্যাদ বৃদ্ধিৰ আৱেদন কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ে

0
36

NDFB নেতা ৰঞ্জন দৈমাৰীৰ ৪ সপ্তাহৰ জামিনৰ ম্যাদ সমাপ্ত। ৰঞ্জন দৈমাৰীক আদালতত আত্মসমৰ্পণৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে। পুনৰ জামিনৰ ম্যাদ বৃদ্ধি নকৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আদালতত আত্মসমৰ্পণ কৰিহে পুনৰ জামিনৰ ম্যাদ বৃদ্ধিৰ আৱেদন কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ে।

২৫ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ে পুনৰ শুনানি গ্ৰহণ কৰিব দৈমাৰীৰ আৱেদন সন্দৰ্ভত। বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ ৰঞ্জন দৈমাৰীক অন্তবৰ্তী জামিন দিছিল ন্যায়ালয়ে।