26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    এবিএমছুয়ে দাহ কৰিলে অমিত-সৰ্বানন্দ-হিমন্তৰ প্ৰতিকৃতি

    সৰ্বানন্দ সোণোৱাল লেই লেই চেই চেই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল এবিএমছুৰ

    নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তামুলপুৰ জিলা এবিএমছুয়ে দ্বাৰকুছিত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

    Photo :Time8

    প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল লেই লেই চেই চেই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনি দি দ্বাৰকুছিৰ পৰিৱেশ উত্তাল কৰি তোলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং