25 C
Guwahati
Wednesday, October 20, 2021
More

    অসমীয়া ভাষা নজনাৰ বাবে আলোচনাৰ পৰা বাহিৰ কৰিলে ব্যৱসায়ীক; চাওক Video

    বছৰ বছৰ অসমত থাকি অসমতে ভোগ কৰিও অসমীয়া ভাষাক আঁকোৱালি নোলোৱা কথাটোত ক্ষোভিত হয় সংগঠনটোৰ মুখপাত্ৰ অনুপ শইকীয়া

    অসমত এতিয়া চৌপাশে কেব বিৰোধী ঢৌ। অসমৰ ভাষা-সংস্কৃতি অস্তিত্বৰ সংকটত বুলি জানি সমাজৰ একাংশই যিয়েই যেনেকৈ পাৰে অসমৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিবলৈ উঠিপৰি লাগিছে। ইয়াৰ মাজতে অসমত ১৯ বছৰ ধৰি ব্যৱসায় চলাই থকা এগৰাকী অনা-অসমীয়া ব্যৱসায়ীক অসমীয়া ভাষা নজনা বাবে এক আলোচনাৰ পৰা বাহিৰ কৰি দিয়ে সদৌ অসম উন্নয়ন পৰিষদে ৷

    অসমীয়া ভাষা নজনা কাৰণে বাহিৰ কৰি দিলে অনা অসমীয়াক

    অসমীয়া ভাষা নজনা কাৰণে বাহিৰ কৰি দিলে অনা অসমীয়াক১৯ বছৰ থকাৰ পিছতো অসমীয়া ভাষা নাজানে অনা অসমীয়াই

    Posted by TIME8 on Friday, December 6, 2019

    অসমত ভাষা চলিবই লাগিব এয়াই মূল লক্ষ্য সংগঠনটোৰ। বছৰ বছৰ অসমত থাকি অসমতে ভোগ কৰিও অসমীয়া ভাষাক আঁকোৱালি নোলোৱা কথাটোত ক্ষোভিত হৈ সংগঠনটোৰ মুখপাত্ৰ অনুপ শইকীয়াই আলোচনাৰ পৰা বাহিৰ কৰি দিয়ে অনা-অসমীয়া ব্যৱসায়ীজনক। গুৱাহাটীৰ দিছপুৰ চুপাৰ মাৰ্কেটস্থিত FMC (Friends Motors)ত কেইদিন মান পূৰ্বে সংঘটিত হৈছিল এই ঘটনা। ১৯ বছৰে অসমত থাকি অসমীয়া ক’ব নজনা ফ্ৰেণ্ডছ মটৰ্চৰ বিষয়াজনক আলোচনাৰ পৰা বাহিৰ কৰি দি সেইখন চকীত বহি আলোচনা কৰে সদৌ অসম উন্নয়ন পৰিষদৰ মুখপাত্ৰ অনুপ শইকীয়াই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং